( এক)
এই ৰাতি গভীৰ মাজৰাতি
জ্বলি আছে জীৱনৰ ধিমিক ধামাক মমবাতি
আঁঠুৱাৰ ফুটাবোৰ কৰি আছো গন্তি
নেযায় নুপুৱাই সময়বোৰ
তাতকৈ এটা মহকে আনো নেকি মাতি??
এই ৰাতি গভীৰ মাজৰাতি
জ্বলি আছে জীৱনৰ ধিমিক ধামাক মমবাতি
আঁঠুৱাৰ ফুটাবোৰ কৰি আছো গন্তি
নেযায় নুপুৱাই সময়বোৰ
তাতকৈ এটা মহকে আনো নেকি মাতি??
No comments:
Post a Comment