Tuesday, September 16, 2025

উপহাৰ


উপহাৰ


হৃদয়ত থাকে যদি আন্তৰিকতা

মৰমত থাকে যদি সত্যতা

সৃজনী নৈ বয় আপোনপাহৰা হৈ

গান বা ছবিনহলে কবিতা৷


সেই উপহাৰ যাৰ অপেক্ষা 

কেতিয়াও নহয় কৰানুসুধিবা৷

সেই উপহাৰ আহে বৈ 

বিশ্বাসৰ এক নদী হৈ৷ 


সুৰ তোমাৰকথাও তোমাৰ৷ 

সংগীতো তোমাৰকণ্ঠও তোমাৰেই৷

প্ৰকাশ মাথো সময়ৰ৷ 

দাবী আছে বিশ্বাসৰ৷

সেই বিশ্বাসৰ

মই সাজো ঘৰ৷


No comments:

Post a Comment